অসমলৈ কিয় আহি আছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ? 

৮ ছেপ্টেম্বৰত অসমৰ মুখ্যমন্ত্ৰীৰ নিমন্ত্ৰণ ৰক্ষা কৰি অসমলৈ আহিব

অসমৰ মুখ্যমন্ত্ৰী  ড° শৰ্মাই নতুন দিল্লীৰ ৭ জনকল্যাণ মাৰ্গস্থিত প্রধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত  প্ৰধান মন্ত্ৰী নৰেন্দ্ৰক সাক্ষাৎ কৰে। ৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰিলে। প্ৰধানমন্ত্রী মোদীয়ে সকলোবোৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকিবলৈ সন্মতি জনাইছে।’

কাৰ্যসূচী সমূহ হৈছে …..

সুধাকণ্ঠৰ ড়:ভূপেন হাজৰিকা জন্ম শতবৰ্ষ উদ্যাপন উদ্বোধনী অনুষ্ঠান।

আছাম বায়’-ইথানল প্রকল্প মুকলি কৰিব।৫,৭০০
কোটি টকা ব্যয়সাপেক্ষ গুৱাহাটী ৰিং ৰোড-দৰং
চিকিৎসা মহাবিদ্যালয় হাস্পতালৰো হ’ব শুভাৰম্ভ।

এই প্ৰকল্পটোত বার্ষিক ৪৯ কেটিপিএ ইথানল উৎপাদন হ’ব আৰু  ৩০০ কেটিপিএ বাঁহ কেঁচামাল হিচাপে ব্যৱহাৰ হ’ব।

More From Author

মুকেশ আম্বানীৰ দৈনিক উপাৰ্জনৰ কথা জানি আপুনি স্তম্ভিত হ’ব

অসমত BJB-NDAৰ মিত্ৰতা শক্তিশালীভাৱে চলি আছে! মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই শ্বেয়াৰ কৰিছিল যে সৰ্বসন্মতিক্ৰমে সহমতত উপনীত হোৱা ৩৪৮খন আসনৰ ভিতৰত তেওঁলোকে ৩২৫খন আসন লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে